লিয়েণ্ডাৰ পেজ
From Wikipedia, the free encyclopedia
লিয়েণ্ডাৰ পেজ (ইংৰাজী: Leander Paes; সম্পূৰ্ণ নাম: লিয়েণ্ডাৰ আদ্ৰিয়ান পেজ) এজন ভাৰতীয় টেনিছ খেলুৱৈ। ১৯৭৩ চনৰ ১৭ জুনত তেওঁৰ কলকাতাত জন্ম হয়। কলকাতাতেই তেওঁ ডাঙৰ-দীঘল হয়। তেওঁৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল আৰু ১৯৮০ চনৰ এছিয় বাস্কেটবল প্ৰতিযোগিতাত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল। পিতৃ ভাচ পেজ ব্ৰঞ্জপদক জয়ী ১৯৭২ মিউনিক অলিম্পিক দলৰ হকী খেলুৱৈ। লিয়েণ্ডাৰ পেজ তেওঁৰ মাতৃৰ দিশৰ পৰা কবি মাইকেল মধুসূদন দত্তৰ বংশধৰ।
ক্ষিপ্ৰ তথ্য লিয়েণ্ডাৰ পেজ, ব্যক্তিগত তথ্যাৱলী ...
লিয়েণ্ডাৰ পেজ | |||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||
নাগৰিকত্ব | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||||||||
জন্ম | জুন ১৭ , ১৯৭৩ (৫০ বছৰ) কলকাতা,পশ্চিমবংগ, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
বাসগৃহ | মুম্বাই, মহাৰাষ্ট্ৰ | ||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৭৮ মিটাৰ (U=ft}}) | ||||||||||||||||||||||||||||||||||||||||||
ওজন | ৭৮ কেজি (সাঁচ:Convert/lb st) | ||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
পেছাদাৰী হয় | ১৯৯১ | ||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক