শকুন্তলা
হিন্দু ধৰ্মগ্ৰন্থত দুষ্যন্তৰ পত্নী / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো হিন্দু পৌৰাণিক চৰিত্ৰ শকুন্তলাৰ বিষয়ে। একে নামৰ অসমীয়া চলচ্চিত্ৰখনৰ বাবে শকুন্তলা (চলচ্চিত্ৰ) চাওক। কালিদাস ৰচিত কাব্যগ্ৰন্থৰ বাবে, অভিজ্ঞানম শকুন্তলম চাওক।
হিন্দু ধৰ্মগ্ৰন্থত শকুন্তলা (ইংৰাজী: Shakuntala, সংস্কৃত: शकुन्तला ) হ’ল দুষ্যন্তৰ পত্নী আৰু সম্ৰাট ভৰতৰ মাতৃ। তেওঁৰ কাহিনী মহাভাৰতত উল্লেখ আছে আৰু বহু লেখকে নাটক ৰচিছে, তেওঁ কালিদাসৰ নাটক 'অভিজ্ঞানম শকুন্তলম'[1] নাটকৰ সুবিখ্যাত ৰূপটি আছিল।
ক্ষিপ্ৰ তথ্য শকুন্তলা, তথ্য ...
শকুন্তলা | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | বিশ্বামিত্ৰ (পিতৃ) মেনকা (মাতৃ) কণ্বমুনি (পালিত পিতৃ) |
দাম্পত্যসঙ্গী | দুষ্যন্ত |
সন্তান | ভৰত |
বন্ধ কৰক