শিৱসাগৰ
অসমৰ শিৱসাগৰ জিলাৰ এখন নগৰ / From Wikipedia, the free encyclopedia
শিৱসাগৰ বা চে'-মুন(আহোম: 𑜋𑜦𑜧 𑜉𑜤𑜃𑜫ইংৰাজী: Sivasagar) অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ।[1] আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীৰ্তিচিহ্ন নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলাতে আছে। ই গুৱাহাটীৰ উত্তৰ-পূবে প্ৰায় ৩৬০ কিলোমিটাৰ (২২৪ মাইল) দূৰৈত অৱস্থিত। চহৰখনক দিহিং বৰ্ষাৰণ্যই আৱৰি ৰাখিছে য’ত দিহিং আৰু লোহিত নৈ মিলি যায়।
এই অসমৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
এই প্ৰবন্ধটো শিৱসাগৰ নগৰৰ বিষয়ে। একে নামৰ জিলাৰ বাবে শিৱসাগৰ জিলা চাওক।
ক্ষিপ্ৰ তথ্য শিৱসাগৰ চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫), দেশ ...
শিৱসাগৰ চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) |
|
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26.98°N 94.63°E / 26.98; 94.63 | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | শিৱসাগৰ |
উচ্চতা | ৯৫ মিটাৰ (৩১১.৬৮ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ৫৩,৮৫৪ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
পিন | ৭৮৫৬৪০ |
Telephone code | ৯১-৩৭৭২ |
নিকটতম চহৰ | যোৰহাট, ডিব্ৰুগড় |
ৱেবছাইট | www |
বন্ধ কৰক