সদস্য বাৰ্তা:Chaipau
From Wikipedia, the free encyclopedia
স্বাগতম!Chaipau
অক্লান্ত কৰ্মী পদক | ||
প্ৰিয় সতীৰ্থ বন্ধু, অসমীয়া আৰু ইংৰাজী ৱিকিপিডিয়াত আপোনাৰ লগত কামকৰাৰ অভিজ্ঞতাৰ সূযোগ আৰু আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্ৰদান কৰিলোঁ। আপোনাৰ লগত ভৱিষ্যতেও এনেদৰে কাম কৰি থাকিবলৈ পাম বুলি আশা কৰিলোঁ। অনুগ্ৰহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্ৰত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন। প্ৰভাকৰ শৰ্মা নেওগ 11:55, 14 অক্টোবৰ 2011 (UTC) |
ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:
- ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ
- পৃষ্ঠা এটা কেনেকৈ সম্পাদনা কৰিব
- সহায়ক পৃষ্ঠা
- সহায়িকা
- উচ্চমানৰ প্ৰবন্ধ কেনেকৈ লেখে
- পৃষ্ঠাসজ্জাৰ হাতপুথি
মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্ৰহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্ৰশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}}
সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০৫:১১, ৩ জুন ২০০৯ (UTC)
Hi, you are now sysop here.
- - Looxix