ৱিকিপিডিয়া:অনুবাদ/মেদবহুলতা
From Wikipedia, the free encyclopedia
মেদবহুলতা (ইংৰাজী: Obesity, অবেচিটি) হ’ল শৰীৰৰ এক বিশেষ অৱস্থা, এই অৱস্থাত শৰীৰত অতিৰিক্ত স্নেহ বা চৰ্বি জাতীয় পদাৰ্থ জমা হয় আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ পৰে, ফলত আয়ুস কমি যাব পাৰে আৰু ইয়াৰ লগতে শাৰীৰিকভাৱে নানা সমস্যা দেখা দিব পাৰে।[1][2] বডি মাস ইনডেক্স (BMI) হ’ল শৰীৰৰ উচ্চতা আৰু ওজনৰ আনুপাতিক হাৰ, যাৰ জৰিয়তে বুজা যায় যে, কোনো ব্যক্তি মাত্ৰাধিক ওজন (pre-obese) বিশিষ্ট কিনা। যদি কাৰবাৰ বডি মাস ইনডেক্স (BMI) ২৫ kg/m2 ৰ পৰা ৩০ kg/m2 ৰ মাজত থাকে তেতিয়া তেওঁক স্থূলকায় বা শকত বোলা হ’ব পাৰে, আৰু যেতিয়া বডি মাস ইনডেক্স (BMI) ৩০ kg/m2 তকৈ বেছি থাকে তেতিয়া তেওঁক অতি স্থূলকায় বা অতিৰিক্ত শকত বোলা হয়।[3]
মেদবহুলতা | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
Silhouettes and waist circumferences representing normal, overweight, and obese | |
আই.চি.ডি.-10 | E66 |
আই.চি.ডি.-9 | 278 |
OMIM | 601665 |
ডিজিজেছ ডে'টাবে'ছ | 9099 |
মেডলাইন প্লাছ | 003101 |
ইমেডিচিন | med/1653 |
MeSH | C23.888.144.699.500 |
স্থূলতা বৃদ্ধি পালে স্বাভাৱিকভাৱে বিভিন্ন ৰোগৰ সম্ভাৱনা দেখা দিয়ে, বিশেষকৈ হৃদৰোগ, দ্বিতীয় পৰ্যায়ৰ ডায়াবেটিস বা মধুমেহ, শুই থকাৰ সময়ত শ্বাসকষ্ট, বিভিন্ন ধৰণৰ কেন্সাৰ আৰু অষ্টিওআৰ্থাৰাইটিস।[2] অতিৰিক্ত কেলেৰীযুক্ত খাদ্যগ্ৰহণ, কায়িক শ্ৰমৰ অভাৱ, বংশ পৰম্পৰাযত জিনগত বৈশিষ্ট্য পৰা প্ৰাপ্ত গুণাৱলী, কিছু ক্ষেত্ৰত জিনৰ চৰিত্ৰৰ পৰিৱৰ্তন, হৰমোন গ্ৰন্থিৰ গণ্ডগোল, ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া, মানসিক অসুস্থতা ইত্যাদিকেই স্থূল বা শকত হৈ যোৱাৰ বাবে দায়ী কৰা যাব পাৰে। বহু ক্ষেত্ৰত দেখা যায় যে, বহুতে খুব কম পৰিমাণৰ খাদ্য খাইছে অথচ ক্ৰমশ ওজন বৃদ্ধি পাইছে, ইয়াৰ বাবে ধীৰ বিপাক ক্ৰিয়া বা ধীৰ হজম হোৱাকেই দায়ী কৰা যাব পাৰে; শীৰ্ণ বা ৰোগাক্ৰান্ত ব্যক্তিসকলৰ তুলনাত স্থূলকায় ব্যক্তিসকলৰ শৰীৰত বেছি শক্তি সঞ্চিত থকাত ফলত সিহঁত গড় হিচাপে বেছি পৰিমাণে কৰ্মশক্তি ব্যয় কৰিব পাৰে।[4][5]
মাপ মতো খাবাৰ খাওয়া (dieting) আৰু শাৰীৰিক বা কায়িক পৰিশ্ৰমই হলো এই স্থূলতা কমানোৰ প্ৰাথমিক চিকিৎসা। সীমিত খাদ্যগ্ৰহণ আৰু শাৰীৰিক পৰিশ্ৰমে কাজ না হলে এৰ পাশাপাশি স্থূলতা হ্ৰাসেৰ ওষুধ খাওয়া যেতে পাৰে, এই ধৰণেৰ ওষুধ খাওয়াৰ ফলে ক্ষুধা বা খিদেৰ পৰিমাণ অনেকটাই কমে আসে বা স্নেহ বা চৰ্বি জাতীয় পদাৰ্থেৰ বিপাকেৰ হাৰ বাধা পায়। তুলনামূলকভাবে যাৰা বেছি মোটা বা স্থূল, তাদেৰ ক্ষেত্ৰে শল্য চিকিৎসাৰ সহায় নেওয়া যেতে পাৰে বা পাক-ব্যবস্থায় বেলুন ব্যবহাৰ কৰে পাকস্থলীৰ আয়তন বা অন্ত্ৰেৰ আয়তন কমিয়ে আনা যেতে পাৰে, এৰ ফলে সংশ্লিষ্ট ব্যক্তি স্বল্প খাবাৰেই তৃপ্ত হতে পাৰে ও খাদ্য পৰা খাদ্যগুণ গ্ৰহণেৰ ক্ষমতাও কমে আসে।[6][7]
বৰ্তমানে গোটা বিশ্বে স্থূলতাই মৃত্যুৰ অন্যতম প্ৰতিষেধযোগ্য কাৰণ হিচাপে চিহ্নিত, প্ৰাপ্ত বয়স্ক ও শিশুদেৰ ক্ষেত্ৰে এই সমস্যা দিনেৰ পৰ দিন বাড়ছে আৰু একবিংশ শতাব্দীতে জনস্বাস্থ্য সংক্ৰান্ত এই সমস্যাক মাৰাত্মক আকাৰ নিতে চলেছে বলে বিশেষজ্ঞৰা মনে কৰছেন।[8] বৰ্তমান যুগে পশ্চিমী দুনিয়ায় স্থূলতাকে কলঙ্ক হিচাপেই বিবেচনা কৰা হয়, অবশ্য অতীতে সম্পদ ও উৰ্বৰতাৰ প্ৰতীক হিচাপেই দেখা হতো স্থূলকায়দেৰ, এখনও আফ্ৰিকা মহাদেশেৰ কিছু অংশে এই ধাৰণা ৰয়ে গেছে।[2][9]