নৱেম্বৰ, ২০১৪
এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়া তথা ৱিকিউত্সৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।
নৱেম্বৰ, ২০১৪ ত অসমীয়া ৱিকিপিডিয়া তথা অসমীয়া ৱিকিউত্সত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:
অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ৩১ নৱেম্বৰ, ২০১৪ তাৰিখত ২৯৬৩ টালৈ বৃদ্ধি পালে।