ঈদ-উল-ফিটৰ
ইছলাম ধৰ্মাৱলম্বীসকলৰ অন্যতম ধৰ্মীয় উৎসৱ / From Wikipedia, the free encyclopedia
ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ (আৰৱী: عيد الفطر অৰ্থাৎ "ৰোজা ভঙাৰ দিৱস") ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা।[1] দ্বিতীয়টো হ'ল ঈদ-উল-জুহা। ধৰ্মীয় পৰিভাষাত ইয়াক ইয়াউমুল জাএজ (অৰ্থঃ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে। দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।
ক্ষিপ্ৰ তথ্য ঈদ-উল-ফিটৰعيد الفطر ৰোজা ভঙাৰ দিৱস, অন্য নাম ...
ঈদ-উল-ফিটৰ عيد الفطر ৰোজা ভঙাৰ দিৱস | |
---|---|
ঈদ-উল-ফিটৰৰ নামাজৰ পাছত মৰমৰ আলিংগন | |
অন্য নাম | ৰোজাৰ ঈদ, ৰমজান ঈদ |
পালন কৰে | মুছলমান |
প্ৰকাৰ | ইছলামিক |
মহত্ব | ৰমজানৰ ৰোজাৰ শেষৰ চিহ্ন |
তাৰিখ | ১ শ্বাওয়াল |
উদযাপন | পৰিয়াল আৰু বন্ধুসকলকলৈ ভ্ৰমণ, চিৰাচৰিত মিঠাই খুৱাবস্তু, সুগন্ধি ব্যৱহাৰ, নতুন কাপোৰ-কানি পিন্ধা, উপহাৰ দিয়া, ইত্যাদি |
আচাৰ | জাকাত, ঈদৰ নামাজ |
সম্পৰ্কিত | ৰমজান, ঈদ-উল-জুহা, |
বন্ধ কৰক