গণৰাজ্য দিৱস (ভাৰত)
ভাৰতৰ সংবিধান গৃহীত হোৱা দিন / From Wikipedia, the free encyclopedia
গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।[1]
এই ভাৰত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য গণৰাজ্য দিৱস, পালন কৰে ...
গণৰাজ্য দিৱস | |
---|---|
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ মূল পাঠ্য। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হৈছিল। | |
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় বন্ধৰ দিন |
তাৰিখ | ২৬ জানুৱাৰী |
উদযাপন | কুছকাৱাজ, বিদ্যালয়সমূহত মিঠাই বিতৰণ, সাংস্কৃতিক অনুষ্ঠান |
পৰৱৰ্তী তাৰিখ | ২৬ জানুৱাৰী ২০১৭ |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক
ভাৰতৰ সংবিধানখন Constituent Assembly of India-ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।
স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন।