ত্ৰিভুজ
From Wikipedia, the free encyclopedia
সমতলীয় জ্যামিতিৰ ভাষাত তিনিটা বাহু বিশিষ্ট সীমাবদ্ধ ক্ষেত্ৰকে ত্ৰিভুজ বোলা হয়। দ্বি-মাত্ৰিক অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° বা দুই সমকোণ। এটা সময়ত কেৱল ইউক্লিডীয় জ্যামিতিতেই ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হৈছিল। কিন্তু নিকোলাই লোবাচেভ্স্কি সহ অন্যান্য জ্যামিতি বিশেষজ্ঞসকলৰ অৱদানৰ ফলস্বৰূপে অসমতলীয় জ্যামিতিটো বৰ্তমানে ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হয়। এই ধৰণৰ অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণ নহয়। অথচ ইউক্লিডীয় জ্যামিতিৰ মূল ভিত্তিতেই এই ধাৰণাটি গঢ় লৈছে।
ক্ষিপ্ৰ তথ্য ত্ৰিভুজ, বাহু আৰু শীৰ্ষ ...
ত্ৰিভুজ | |
---|---|
এটা ত্ৰিভুজ | |
বাহু আৰু শীৰ্ষ | ৩ |
Schläfli symbol | {৩} (সমবাহুৰ বাবে) |
ক্ষেত্ৰফল | বিভিন্ন প্ৰকাৰ |
আন্তঃকোণ (ডিগ্ৰী) | ৬০° (সমবাহুৰ বাবে) |
বন্ধ কৰক