দেশ
From Wikipedia, the free encyclopedia
ভূগোলৰ মতে দেশ হ'ল একোটা ভৌগোলিক অঞ্চল। এই দেশ শব্দটিয়ে প্ৰায়েই ৰাজনৈতিক বিভাগ বা সাৰ্বভৌমিক ৰাষ্ট্ৰ অঞ্চল বা জনৈক ৰাজনৈতিক বিভাগৰ ভৌগোলিক অঞ্চলক সূচিত কৰে। সাধাৰণতে দেশ বুলিলে সাৰ্বভৌমিক ৰাষ্ট্ৰৰ ধাৰণাৰ স’তে মিলি যায় যায় আৰু ই ৰাষ্ট্ৰ, জাতি বা চৰকাৰৰ সৈতে সংযুক্ত।
এই দেশ সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |