প্ৰতিভা পাটিল
ভাৰতীয় ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
প্ৰতিভা দেৱীসিং পাটিল (জন্ম ১৯ ডিচেম্বৰ ১৯৩৪)[1] এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পাটিল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি।[2] পাটিলে ২০০৭ চনৰ পৰা ২০১২ চনলৈ ভাৰতবৰ্ষৰ দ্বাদশ ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ পালন কৰিছিল। ইয়াৰ পূৰ্বে ২০০৪ চনৰ পৰা ২০০৭ চনলৈ এখেতে ৰাজস্থানৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰিছিল।
ক্ষিপ্ৰ তথ্য প্ৰতিভা দেৱীসিং পাটিল, দ্বাদশ ভাৰতৰ ৰাষ্ট্ৰপতি ...
প্ৰতিভা দেৱীসিং পাটিল | |
---|---|
দ্বাদশ ভাৰতৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৫ জুলাই, ২০০৭ – ২৫ জুলাই, ২০১২ | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং |
উপ ৰাষ্ট্ৰপতি | মহম্মদ হামীদ আনছাৰী |
পূৰ্বসূৰী | এ পি জে আব্দুল কালাম |
উত্তৰসূৰী | প্ৰণৱ মুখাৰ্জী |
ৰাজ্যস্থানৰ ৰাজপাল | |
কাৰ্যকাল ৮ নৱেম্বৰ ২০০৪ – ২৩ জুন ২০০৭ | |
পূৰ্বসূৰী | মদন লাল খুৰানা |
উত্তৰসূৰী | আখলাকুৰ ৰহমান কিডৱাই |
ৰাজ্যসভাৰ উপাধ্যক্ষ | |
কাৰ্যকাল ১৮ নৱেম্বৰ ১৯৮৬-৫ নৱেম্বৰ ১৯৮৮ | |
পূৰ্বসূৰী | এম. এম. জেকব |
উত্তৰসূৰী | নাজমা হেপতুল্লা |
ব্যক্তিগত তথ্য | |
জন্ম | প্ৰতিভা পাটিল ১৯ ডিচেম্বৰ, ১৯৩৪ নাদগাঁও, ব'ম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ শাসনাধীন ভাৰত (এতিয়া মহাৰাষ্ট্ৰৰ অন্তৰ্গত, ভাৰত) |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
আন ৰাজনৈতিক সম্পৰ্ক |
সংযুক্ত প্ৰগতিশীল মৰ্চা |
দাম্পত্যসঙ্গী | দেৱীসিং ৰানসিং শ্বেখাৱট (১৯৬৫–বৰ্তমান) |
শিক্ষানুষ্ঠান | সাৱিত্ৰীবাই ফুলে' পুনে বিশ্ববিদ্যালয় মুম্বাই বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
বন্ধ কৰক