সহায়:ৱিকি চিহ্নসমূহ
From Wikipedia, the free encyclopedia
ৱিকি চিহ্ন (Wiki markup) হৈছে পৃষ্ঠাৰ সজ্জা ঠিক কৰিবলৈ মিডিয়াৱিকি ছফটৱেৰে ব্যৱহাৰ ব্যৱহাৰ কৰা বাক্যবিন্যাস (syntax) আৰু বিশেষ শব্দসমূহ (keywords)। ইয়াক চিনি পাবলৈ আৰু পৃষ্ঠা সাঁচি ৰখাৰ বিষয়ে জানিবলৈ পৃষ্ঠা সম্পাদনা কেনেকৈ কৰিব চাওক।
চমুপথবোৰ: H:MARKUP WP:MARKUP |
---|