ৱিকিপিডিয়া:ৱিকিপিডিয়ান
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়ান সকল হৈছে ৱিকিপিডিয়াৰWikipedia বাবে পৃষ্ঠাবোৰ লিখা আৰু সম্পাদনা কৰা লোক, পাঠকৰreaders বিপৰীতে যিসকলে কেৱল প্ৰবন্ধবোৰ পঢ়ে। যিকোনো এজন ৱিকিপিডিয়ান হ'ব পাৰে - আপোনাক ধৰি। যিকোনো পৃষ্ঠাৰ শীৰ্ষত, বা প্ৰতিটো শাখাৰ আৰম্ভণিতে সম্পাদনা লিংকত ক্লিক কৰক। অধিক জানিবলৈ সম্পাদনা টিউটোৰিয়েলদৰ্শন কৰকediting tutorial। আপুনি সম্পূৰ্ণ ব্যৱহাৰকাৰীতালিকা ব্ৰাউজ বা অনুসন্ধান কৰিব পাৰে, বা যাদৃচ্ছিক ৱিকিপিডিয়ানৰ ব্যৱহাৰকাৰী পৃষ্ঠা এটাঅনুৰোধ কৰিব পাৰে।the full user list, or request a random Wikipedian's user page
এই ৱিকিপিডিয়া পৃষ্ঠাটো বা ইয়াৰ অংশবিশেষ অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ৱিকিপিডিয়াৰ ভেটি সুদৃঢ় কৰাত সহায় কৰক। |
"Wikipedia:User" আৰু "Wikipedia:Users"ক ইয়ালৈ পুনঃনিৰ্দেশিত কৰা হৈছে। the guideline on appropriate use of the userspaceৰ বাবে Wikipedia:User pages চাওক। Wikipedia's policy on usernamesৰ বাবে, Wikipedia:Username policy চাওক।
"Wikipedia:Community" redirects here. You may be looking for Wikipedia:Wikipedia is a community or the Wikipedia:Community portal.
চমুপথবোৰ: WP:PEDIANS WP:EDIANS WP:USERS WP:EDITORS WP:PEDIAN |
---|