ঈমান
From Wikipedia, the free encyclopedia
ঈমান শব্দৰ আভিধানিক অৰ্থ দৃঢ় বিশ্বাস। ইছলামত ঈমানৰ অৰ্থ অত্যন্ত ব্যাপক[1]। ঈমানৰ ছয়টা অঙ্গ হৈছে[2][3][4][5]
- আল্লাহ্ৰ প্ৰতি ঈমান। আল্লাহ এক, তেখেত অবিহনে অন্য কোনো উপাস্য নাই।
- ফৰিষ্টাসকলৰ প্ৰতি বিশ্বাস;
- সকলো আচমানী কিতাপ সমূহৰ ওপৰত বিশ্বাস;
- সকলো নবী আৰু ৰাছুল সকলৰ প্ৰতি বিশ্বাস;
- আখেৰাত পৰকাল,মৃত্যুৰ পাছত পুনৰুত্থানত বিশ্বাস;
- তকদিৰ বা ভাগ্যত বিশ্বাস;