চিত্ৰ:Sun_Temple_Main_Structure,_Konark,_Orissa.jpg
From Wikipedia, the free encyclopedia
এই খচৰাৰ আকাৰ: 464 × 599 পিক্সেল. আন ৰিজ'লিউশ্যনসমূহ: 186 × 240 পিক্সেল | 371 × 480 পিক্সেল | 594 × 768 পিক্সেল | 793 × 1,024 পিক্সেল | 1,585 × 2,048 পিক্সেল | 3,494 × 4,514 পিক্সেল।
মূল ফাইল (3,494 × 4,514 পিক্সেল, ফাইলৰ মাত্ৰা: 3.53 MB, MIME প্ৰকাৰ: image/jpeg)
এই ফাইলটো ৱিকিমিডিয়া কমন্সৰ পৰা আমদানি কৰা হৈছে। ফাইল বিৱৰণ পৃষ্ঠাৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হ’ল ।
|
সাৰাংশ
বিৱৰণSun Temple Main Structure, Konark, Orissa.jpg |
English: Konark Sun Temple is a 13th century Sun Temple (also known as the Black Pagoda), at Konark, in Orissa. It was constructed from oxidized and weathered ferruginous sandstone by King Narasimhadeva I (1238-1250 CE) of the Eastern Ganga Dynasty. The temple is an example of architecture of Orissa from Ganga dynasty . The temple is one of the most renowned temples in India and is a World Heritage Site.
हिन्दी: कोणार्क सूर्य मन्दिर भारत में उड़ीसा राज्य के पुरी जिले के अन्तर्गत पुरी नामक शहर में प्रतिष्ठित है। यह भारतवर्ष के चुनिन्दा सूर्य मन्दिरों में से एक है। सन् १९८४ में यूनेस्को ने इसे विश्व धरोहर स्थल के रूप में मान्यता दी है।
ગુજરાતી: કોણાર્ક સૂર્ય મંદિર , ભારતના ઑડિશા (ઓરિસ્સા) રાજ્ય ના પુરી જિલ્લા ના પુરી નામક શહેર માં સ્થિત છે. આને લાલ બલુઆ પત્થર તથા કાળા ગ્રેનાઇટ પત્થર થી ઈ.સ. ૧૨૩૬– ૧૨૬૪ માં ગંગ વંશના રાજા નૃસિંહદેવ દ્વારા બંધાવવામાં આવ્યું.[૨] આ મંદિર, ભારતના સૌથી પ્રસિદ્ધ સ્થળોમાં એક છે. આને યુનેસ્કો દ્વારા સન ૧૯૮૪માં વિશ્વ ધરોહર સ્થળ ઘોષિત કરાયું છે. કલિંગ શૈલી માં નિર્મિત આ મંદિર સૂર્ય દેવના રથ ના રૂપ માં નિર્મિત છે. આને પત્થર પર ઉત્કૃષ્ટ નક્શી કરીને ખૂબ જ સુંદર બનાવાયા છે. સંપૂર્ણ મંદિર સ્થળને એક બાર જોડી ચક્રોવાળા, સાત ઘોડા થી ખેંચાતા સૂર્ય દેવ ના રથના રૂપમાં બનાવ્યા છે. મંદિર પોતાની કામુક મુદ્રાઓ વાળી શિલ્પાકૃતિઓ માટે પણ પ્રસિદ્ધ છે. આજે આનો ઘણો ભાગ ધ્વસ્ત થઈ ચુક્યો છે. આનું કારણ વાસ્તુ દોષ તથા મુસ્લિમ આક્રમણો કહેવાય છે. અહીં સૂર્યને બિરંચિ-નારાયણ કહેતા હતાં.
অসমীয়া: কোণাৰ্ক সূৰ্য মন্দিৰ (ইংৰাজী: Sun Temple, Konârak) ভাৰতৰ উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ। ই "ব্লেক পেগ'ডা" নামেও পৰিচিত। মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত। পূৱ গঙ্গ ৰাজবংশৰ ৰজা প্ৰথম নৰসিংহদেৱে প্ৰায় ১২৫০ খ্ৰীষ্টাব্দত পাথৰেৰে নিৰ্মিত এই মন্দিৰটো নিৰ্মাণ কৰে। ই সূৰ্য (দেৱতা)ৰ চব্বিশ চক্ৰবিশিষ্ট ৰথৰ আকাৰত নিৰ্মিত। অত্যধিক কাৰুকাৰ্যখচিত এই প্ৰস্তৰখোদিত স্থাপত্যটোৰ বিশেষ প্ৰতীকী ব্যঞ্জনা আছে। আধুনিক কালত মন্দিৰটিৰ পুনৰ সংস্কাৰ কৰা হয়। ১৯৮৪ চনত (i), (iii) আৰু (iv) বিভাগত সাংস্কৃতিক সম্পত্তি হিচাবে এই মন্দিৰ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়।
বাংলা: কোণার্ক সূর্য মন্দির (ওড়িয়া: କୋଣାର୍କ ସୂର୍ଯ୍ୟ ମନ୍ଦିର) ১৩শ-শতাব্দীতে নির্মিত ভারতের ওড়িশা রাজ্যের পুরী জেলার কোণার্ক শহর অবস্থিত। বিশ্বাস করা হয় যে, মন্দিরটি ১২৫৫ খ্রিস্টাব্দে পূর্ব গঙ্গ রাজবংশের প্রথম নরসিংহদেব এটি নির্মাণ করেছিলেন। মন্দির কমপ্লেক্সটি একটি বিশাল রথের আকৃতিতে (সূক্ষ্ম কারুকার্যময় পাথরের চাকা, স্তম্ভ ও দেওয়াল সহ) তৈরি করা হয়েছে। কাঠামোর একটি প্রধান অংশ এখন ধ্বংসাবশেষ। মন্দিরটি একটি বিশ্ব ঐতিহ্যবাহী স্থান এবং ভারতে সাতটি বিস্ময়ের বিভিন্ন তালিকাতেও রয়েছে। মন্দিরটি পু্রী থেকে ৩৫ কিমি এবং ভুবনেশ্বর থেকে ৬৫ কিমি দূরে অবস্থিত। |
|||
তাৰিখ | ||||
উৎস | নিজা কাৰ্য | |||
লেখক | Subhrajyoti07 | |||
অন্যান্য সংস্কৰণ |
|
Camera location | ১৯° ৫৩′ ১৬.৩২″ N, ৮৬° ০৫′ ৪০.৩৩″ E | View this and other nearby images on: OpenStreetMap | 19.887868; 86.094536 |
---|
This is a photo of ASI monument number N-OR-63. |
অনুজ্ঞাপত্ৰ
মই, এই কামৰ স্বত্বাধিকাৰী, ইয়াৰ দ্বাৰা মই এই কামক তলত বৰ্ননা দিয়া অনুজ্ঞাপত্ৰৰ অধীনত প্ৰকাশ কৰিলো:
This file is licensed under the Creative Commons Attribution-Share Alike 4.0 International license.
- আপুনি স্বাধীনভাৱে:
- বিতৰণ কৰিব পাৰে – কামটো নকল (কপি), বিতৰণ আৰু প্ৰেৰণ কৰিবলৈ
- পুনৰ্মিশ্ৰণ কৰিবলৈ – কামটো অভিযোজন কৰিবলৈ
- তলত উল্লেখ কৰা চৰ্ত্তসমূহৰ ভিত্তিত:
- স্বীকৃতিপ্ৰদান – আপুনি প্ৰয়োজনীয় স্বীকৃতি দিয়াৰ লগতে অনুজ্ঞাপত্ৰলৈ লিংক আৰু কোনো সালসলনিৰ ইংগিত দিব লাগিব। আপুনি এয়া উপযুক্ত ধৰণেৰে দিব পাৰে, মাত্ৰ অনুজ্ঞাপত্ৰধাৰীয়ে আপোনাক বা আপোনাৰ কামক মঞ্জুৰী জনোৱাৰ দৰে নিলিখিব।
- একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।
This image has been assessed under the valued image criteria and is considered the most valued image on Commons within the scope: Sun Temple, Konârak. You can see its nomination here. |
Items portrayed in this file
depicts ইংৰাজী
ৱিকিতথ্য আইটেম অবিহনে যিকোনো মান
copyright status ইংৰাজী
copyrighted ইংৰাজী
Commons quality assessment ইংৰাজী
inception ইংৰাজী
২২ ছেপ্টেম্বৰ 2018
19°53'16.325"N, 86°5'40.330"E
source of file ইংৰাজী
location of creation ইংৰাজী
Puri district ইংৰাজী
media type ইংৰাজী
image/jpeg
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 02:49, 9 October 2018 | 3,494 × 4,514 (3.53 MB) | Subhrajyoti07 | The blown highlights in the cloud fixed in PS. | |
16:37, 8 October 2018 | 3,494 × 4,514 (3.52 MB) | Subhrajyoti07 | The monument has been colour corrected leaving the sky intact as in original image. The size of the image has also been reduced significantly maintaining the original quality. This is Ver 1.1. | ||
12:36, 7 October 2018 | 3,494 × 4,514 (8.87 MB) | Subhrajyoti07 | User created page with UploadWizard |
ফাইল ব্যৱহাৰ
তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে:
ফাইলৰ গোলকীয় ব্যৱহাৰ
তলত দিয়া আন ৱিকিসমূহে এই ফাইলটো ব্যৱহাৰ কৰে:
- ar.wikipedia.org-ৰ ব্যৱহাৰ
- bn.wikipedia.org-ৰ ব্যৱহাৰ
- en.wikipedia.org-ৰ ব্যৱহাৰ
- fi.wikipedia.org-ৰ ব্যৱহাৰ
- kn.wikipedia.org-ৰ ব্যৱহাৰ
- my.wikipedia.org-ৰ ব্যৱহাৰ
- ne.wikipedia.org-ৰ ব্যৱহাৰ
- pa.wikipedia.org-ৰ ব্যৱহাৰ
- pt.wikipedia.org-ৰ ব্যৱহাৰ
- ta.wikipedia.org-ৰ ব্যৱহাৰ
- th.wikipedia.org-ৰ ব্যৱহাৰ
- tr.wikipedia.org-ৰ ব্যৱহাৰ
- uk.wikipedia.org-ৰ ব্যৱহাৰ