মহাদেশ
From Wikipedia, the free encyclopedia
এক মহাদেশ (ইংৰাজী: Continent)-এ পৃথিৱীৰ সুবৃহৎ ভূখণ্ডসমূহৰ এখনক বুজায়। পৃথিৱীৰ ভূখণ্ডক মহাদেশত ভাগ কৰাৰ কোনো এক নিৰ্দিষ্ট নিয়ম নাই।[1] ইয়াৰ বাবে বিভিন্ন মডেল প্ৰচলিত। সচৰাচৰ সাত মহাদেশ মডেল অনুসৰি মহাদেশকেইখন হৈছে: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কুমেৰু বা এণ্টাৰ্কটিকা।