ইমিল ডাৰখাইম
From Wikipedia, the free encyclopedia
ডেভিড ইমিল ডাৰখাইম (ফৰাচী: David Émile Durkheim; ১৫ এপ্ৰিল ১৮৫৮ – ১৫ নৱেম্বৰ ১৯১৭) আছিল এজন ফৰাচী সমাজতত্ত্ববিদ। তেওঁ কাৰ্ল মাৰ্ক্স আৰু মেক্স ৱেবাৰৰ সৈতে লগ লাগি সমাজতত্ত্বক শিক্ষাৰ এটা বিষয় হিচাপে প্ৰতিষ্ঠা কৰে আৰু তেওঁলোককেই সাধাৰণতে আধুনিক সমাজ বিজ্ঞানৰ ভাস্কৰ বুলি কোৱা হয়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
i don't like sociology become of less contribution to society. Long live science
ক্ষিপ্ৰ তথ্য ইমিল ডাৰখাইম, জন্ম ...
ইমিল ডাৰখাইম | |
---|---|
জন্ম | ডেভিড ইমিল ডাৰখাইম ১৫ এপ্ৰিল, ১৮৫৮ Épinal, France |
মৃত্যু | ১৫ নৱেম্বৰ, ১৯১৭ (৫৯ বছৰ) Paris, France |
জাতীয়তা | French |
ক্ষেত্ৰ | Philosophy, sociology, education, anthropology, religious studies |
কৰ্মস্থান | University of Paris, University of Bordeaux |
শিক্ষানুষ্ঠান | École Normale Supérieure Friedrich Wilhelms University University of Leipzig University of Marburg |
জনা যায় | Sacred–profane dichotomy Collective consciousness Social fact Social integration Anomie Collective effervescence |
প্ৰভাৱ | Immanuel Kant, René Descartes, Plato, Herbert Spencer, Aristotle, Montesquieu, Jean-Jacques Rousseau, Auguste Comte. William James, John Dewey, Fustel de Coulanges, Jean-Marie Guyau, Charles Bernard Renouvier, John Stuart Mill |
প্ৰভাৱান্বিত কৰিছে | Marcel Mauss, Claude Lévi-Strauss, Talcott Parsons, Maurice Halbwachs, Jonathan Haidt, Lucien Lévy-Bruhl, Bronisław Malinowski, Fernand Braudel, Pierre Bourdieu, Charles Taylor, Henri Bergson, Emmanuel Levinas, Steven Lukes, Alfred Radcliffe-Brown, E. E. Evans-Pritchard, Mary Douglas, Huey P. Newton, Paul Fauconnet, Robert N. Bellah, Ziya Gökalp, David Bloor, Randall Collins, Neil Smelser[1] |
বন্ধ কৰক