এডল্ফ হিটলাৰ
From Wikipedia, the free encyclopedia
এডল্ফ হিটলাৰ (ইংৰাজী: Adolf Hitler; ২০ এপ্ৰিল ১৮৮৯ – ৩০ এপ্ৰিল ১৯৪৫) মানৱ ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোক সকলৰ মাজৰ এজন, তৃতীয় ৰেইখৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
ক্ষিপ্ৰ তথ্য реальная фото форча, জাৰ্মানীৰ ফ্যুৰ'ৰ (Führer of Germany) ...
реальная фото форча | |
---|---|
হিটলাৰ ১৯৩৭ চনত | |
জাৰ্মানীৰ ফ্যুৰ'ৰ (Führer of Germany) | |
কাৰ্যকাল ২ আগষ্ট ১৯৩৪ – ৩০ এপ্ৰিল ১৯৪৫ | |
পূৰ্বসূৰী | প'ল ভন হিণ্ডেনবাৰ্গ (ৰাষ্ট্ৰপতি হিচাপে) |
উত্তৰসূৰী | কাৰ্ল দনিটজ (ৰাষ্ট্ৰপতি হিচাপে) |
জাৰ্মানীৰ কুলাধিপতি | |
কাৰ্যকাল ৩০ জানুৱাৰী ১৯৩৩ – ৩০ এপ্ৰিল ১৯৪৫ | |
ৰাষ্ট্ৰপতি | প'ল ভন হিণ্ডেনবাৰ্গ |
সহকাৰী |
|
পূৰ্বসূৰী | কাৰ্ল ভন স্কেলিচাৰ |
উত্তৰসূৰী | জোচেফ গয়েব্বেটচ |
Reichsstatthalter of Prussia | |
কাৰ্যকাল ৩০ জানুৱাৰী ১৯৩৩ – ৩০ জানুৱাৰী ১৯৩৫ | |
প্ৰধানমন্ত্ৰী | |
পূৰ্বসূৰী | কাৰ্যালয় নিৰ্মাণ |
উত্তৰসূৰী | কাৰ্যালয় সমাপ্ত |
ব্যক্তিগত তথ্য | |
জন্ম | ২০ এপ্ৰিল, ১৮৮৯ ব্ৰাউনাউ আম ইন, অষ্ট্ৰিয়া-হাংগেৰী |
মৃত্যু | ৩০ এপ্ৰিল, ১৯৪৫ (৫৬ বছৰ) বাৰ্লিন, নাজী জাৰ্মানী |
মৃত্যুৰ কাৰণ | আত্মহত্যা |
ৰাষ্ট্ৰীয়তা |
|
ৰাজনৈতিক দল | নাজী পাৰ্টী (১৯২১–১৯৪৫) |
আন ৰাজনৈতিক সম্পৰ্ক |
জাৰ্মান ৱৰ্কাৰ পাৰ্টী (১৯২০–১৯২১) |
দাম্পত্যসঙ্গী | ইভা ব্ৰাউন (২৩–৩০ এপ্ৰিল ১৯৪৫) |
পেচা | ৰাজনীতিবিদ, সৈনিক, শিল্পী, লিখক |
পুৰস্কাৰ |
|
স্বাক্ষৰ | |
সামৰিক সেৱা | |
আনুগত্য | জাৰ্মানী |
সেৱা/শাখা | Reichsheer |
চাকৰিৰ কাৰ্যকাল | ১৯১৪–১৯১৮ |
ৰেঙ্ক | গেফ্ৰেইটাৰ |
ইউনিট | 16th Bavarian Reserve Regiment |
যুদ্ধ | দ্বিতীয় বিশ্বযুদ্ধ |
বন্ধ কৰক