কাটাৰ
পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
কাটাৰ পশ্চিম এছিয়াৰ এখন এখন সৰু দেশ। ইয়াৰ ৰাজধানী হ'ল ড'হা। কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ। ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ। অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ। ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা। কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ'ল বহিৰাগত। আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত। দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত। কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আৱিষ্কাৰ হয়। দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
ক্ষিপ্ৰ তথ্য State of Qatarدولة قطر Dawlat Qaṭar, ৰাষ্ট্ৰভাষা (সমূহ) ...
State of Qatar دولة قطر Dawlat Qaṭar |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত السلام الأميري (Arabic) "As Salam al Amiri" (transliteration) Amiri Salute |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ড’হা 25°18′N 51°31′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰবিক | |||||
জাতীয়তাসূচক বিশেষণ | Qatari | |||||
চৰকাৰ | পূৰ্ণ ৰাজতন্ত্ৰ | |||||
- | আমিৰ | Hamad bin Khalifa Al Thani | ||||
- | Crown Prince | Tamim bin Hamad Al Thani | ||||
- | Prime Minister | Hamad bin Jassim bin Jaber Al Thani | ||||
স্বাধীন | ||||||
- | from the Ottoman Empire | 1913 | ||||
- | from United Kingdom | 3 September 1971 | ||||
মাটিকালি | ||||||
- | মুঠ | ১১,৪৩৭ বৰ্গ কিমি (164th) ৪,৪১৬ বৰ্গ মাইল |
||||
- | জলভাগ (%) | negligible | ||||
জনসংখ্যা | ||||||
- | ২০১০ লোকপিয়ল | ১৮,৫৩,৫৬৩'"`UNIQ--ref-০০০০০০০০-QINU`"' (১৪৮th) | ||||
জিডিপি (পিপিপি) | 2011 আনুমানিক | |||||
- | মুঠ | $182.591 billion[1] (57th) | ||||
- | জনমুৰি | $103,275[1] (1st) | ||||
জিডিপি (নামমাত্ৰ) | 2011 আনুমানিক | |||||
- | মুঠ | $194.270 billion[1] (49th) | ||||
- | জনমুৰি | $109,881[1] (2nd) | ||||
মানৱ উন্নয়ন সূচক (2011) | 0.831[2] (very high) (37th) | |||||
মুদ্ৰা | ৰিয়াল (QAR ) |
|||||
সময় অঞ্চল | AST (ইউটিচি+3) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | (not observed) (ইউটিচি+3) | ||||
গাড়ী চলোৱা হয় | Right | |||||
ইণ্টাৰনেট টিএলডি | .qa, قطر. | |||||
কলিং ক'ড | +974 |
বন্ধ কৰক