কিন্চুমানৗ আচিন্
From Wikipedia, the free encyclopedia
কিন্চুমানৗ আচিন্ (অবুজন মন) ওঁম প্ৰডাকশ্বন ফিল্ম ডিভিজনৰ দ্বাৰা নিৰ্মীয়মান এখন মিচিং ভাষাৰ কথাছবি। চাপৰিৰ ম'হ গুৱালৰ সন্তান ঔচাৰ আৰু অভিজাত পৰিয়ালৰ কন্যা দেৰমীৰ প্ৰেম, ভাল-পোৱা, সংঘাটৰ কাহিনী দৰ্শোৱা এই ছবিখনৰ পৰিচালক যদু তায়েব, প্ৰযোজক ৰক্তিম পেগু। ছবিখনৰ কাহিনীকাৰ মোহন মিলি। অভিনয় কৰিছে সোৱান সিং য়েইন, হৰকান্ত য়েইন, ইভালিনা দলে, দধি উপাধ্যায়, মোহন মিলি, ধীৰেন মিলি ইত্যাদিয়ে। ছবিখনৰ ছুটিঙৰ কাম সমাপ্ত হৈছে আৰু চলিত বৰ্ষৰ শেহৰফালে মুক্তি লাভৰ সম্ভাৱনা আছে।[1]
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|