জেঠী
From Wikipedia, the free encyclopedia
জেঠী (হেমিডাইক্টালাছ, ইং: Hemidactylus সাধাৰণ নাম- house geckos) হ'ল গেক' পৰিয়ালৰ অন্তৰ্গত এটা গণ। ইহঁতৰ প্ৰায় ৯০ বিধ প্ৰজাতি আছে। পৃথিৱীৰ অধিকাংশ অঞ্চলতে ইহঁতক দেখা পোৱা যায়।
ক্ষিপ্ৰ তথ্য জেঠী, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
জেঠী | |
---|---|
মেডিটেৰিয়ান জেঠী, Hemidactylus turcicus | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Gekkota |
পৰিয়াল: | Gekkonidae |
গণ: | Hemidactylus Oken, 1817[1] |
Type species | |
Gecko tuberculosus | |
Diversity | |
প্ৰায় ৯০ বিধ প্ৰজাতি |
বন্ধ কৰক
সাধাৰণতে জেঠীবোৰ মানুহৰ আৱাস স্থলৰ আশে-পাশে পোৱা যায়।