ডিমছ (উপগ্ৰহ)
From Wikipedia, the free encyclopedia
ডিমছ (ইংৰাজী: Deimos)[7] মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ বাহিৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ফ'বছ। ৬.২ কিলোমিটাৰ (৩.৯ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩০.৩ ঘণ্টা সময় লয়।[2] ডিমছ মঙ্গলৰ পৰা ২৩,৪৬০ কিলোমিটাৰ (১৪,৫৮০ মিটাৰ) দূৰত্বত অৱস্থিত।[8] গ্ৰীক দেৱতা ডিমছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। গ্ৰীক উপাখ্যানৰ মতে ডিমছ ফ’বছৰ যমজ ভাতৃ আৰু ইয়াৰ অৰ্থ ‘সন্ত্ৰাস’।[7]
ক্ষিপ্ৰ তথ্য আৱিষ্কাৰ, আৱিষ্কাৰক ...
ডিমছৰ ৰঙীণ চিত্ৰ (MRO, ২১ ফেব্ৰুৱাৰী, ২০০৯) চিত্ৰ: নাছা/জেট প্ৰপালছন লেবৰেট'ৰি-কেলটেক/আৰিজোনা বিশ্ববিদ্যালয় | |
আৱিষ্কাৰ | |
---|---|
আৱিষ্কাৰক | এছাফ হল |
আৱিষ্কাৰৰ তাৰিখ | ১২ আগষ্ট, ১৮৭৭ |
বিৱৰণ | |
উচ্চাৰণ | /ˈdaɪməs/ বা /ˈdiːməs/[1] |
বিকল্প নামসমূহ | মঙ্গল ২ |
বিশেষণ | ডিমছিয়ান |
কক্ষপথৰ বৈশিষ্ট্য | |
যুগ ২০১২-ছেপ্তেম্বৰ-২১ (জুলিয়ান দিৱস ২৪৫৬১৯১.৫) | |
অনুapsis | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). |
অপapsis | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). |
অৰ্ধ-মুখ্য অক্ষ | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[2] (৬.৯২ মঙ্গল ব্যাসাৰ্ধ) |
উৎকেন্দ্ৰতা | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[2] |
কক্ষীয় পৰ্যায়কাল | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[2] (30.312 h) |
গড় কক্ষীয় দ্ৰুতি | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[3] |
নতি | ০.৯৩° (মঙ্গলৰ বিষুৱ ৰেখালৈ) ১.৭৯১° (স্থানীয় লাপ্লাচ সমতললৈ)[2] ২৭.৫৮° (ecliptic লৈ) |
যাৰ উপগ্ৰহ | মঙ্গল গ্ৰহ |
ভৌতিক বৈশিষ্ট্যসমূহ | |
মাত্ৰাসমূহ | ১৫ × ১২.২ × ১১ কিলোমিটাৰ[4] |
গড় ব্যাসাৰ্ধ | ৬.২ ± ০.১৮ কিলোমিটাৰ[5] (০.৯৭৩১৬ mEarths) |
পৃষ্ঠৰ ক্ষেত্ৰফল | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). (৯৭.০৭৫৫ µEarths) |
আয়তন | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). (৯২.২৯৭৯ nEarths) |
ভৰ | 7015147620000000000♠1.4762×1015 kg[3] (০.২৪৭১৭৯ nEarths) |
গড় ঘনত্ব | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[5] |
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | 0.003 m/s2[3] (৩০৬ µg) |
পলায়ন বেগ | ৫.৫৫৬ মিটাৰ প্ৰতি ছেকেণ্ড (২০ কিলোমিটাৰ প্ৰতি ঘণ্টা)[3] |
ঘূৰ্ণনকাল | সকালীকৃত[2] |
প্ৰতিফলন অনুপাত | ০.০৬৮ ± ০.০০৭[5] |
তাপমাত্ৰা | ≈ ২৩৩ K |
আপাত মান | ১২.৮৯[6] |
বন্ধ কৰক