ঘনত্বএকক আয়তনত থকা পদাৰ্থৰ পৰিমাণ / From Wikipedia, the free encyclopedia ঘনত্ব (ইংৰাজী: Density) হ'ল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ (ৰ') বা D ৰে সূচোৱা হয়। গাণিতিকভাৱে, ঘনত্ব[1] : ρ = m V , {\displaystyle \rho ={\frac {m}{V}},} য'ত m ভৰ আৰু V আয়তন। A graduated cylinder containing various coloured liquids with different densities.
ঘনত্ব (ইংৰাজী: Density) হ'ল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ (ৰ') বা D ৰে সূচোৱা হয়। গাণিতিকভাৱে, ঘনত্ব[1] : ρ = m V , {\displaystyle \rho ={\frac {m}{V}},} য'ত m ভৰ আৰু V আয়তন। A graduated cylinder containing various coloured liquids with different densities.