ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী
From Wikipedia, the free encyclopedia
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী (ইংৰাজী: Minister of Defence), প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুৰব্বী আৰু ভাৰত চৰকাৰৰ এগৰাকী উচ্চপদস্থ মন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ অন্যতম জ্যেষ্ঠ কাৰ্যালয়ৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ উচ্চ পৰ্যায়ৰ মন্ত্ৰী হিচাপেও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কাৰ্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অতিৰিক্তভাৱে প্ৰতিৰক্ষা অধ্যয়ন আৰু বিশ্লেষণ প্ৰতিষ্ঠানৰ সভাপতি হিচাপে কাম কৰে, আৰু প্ৰতিৰক্ষা প্ৰতিষ্ঠান উন্নত প্ৰযুক্তি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ হিচাপে কাম কৰে।
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
প্ৰতিৰক্ষা মন্ত্ৰালয় Patirakhyā Mantralayā | |
---|---|
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক | |
ভাৰতৰ জাতীয় পতাকা | |
প্ৰতিৰক্ষা মন্ত্ৰালয় | |
সম্বোধন | সন্মানীয় |
সদস্য হয় | কেন্দ্ৰীয় মন্ত্ৰীসভা |
প্ৰতিবেদন দিয়ে | প্ৰধানমন্ত্ৰী |
নিয়োগকৰ্তা | ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি |
কাৰ্যকাল | ৫ বছৰ |
গঠন | ১৯৪৭ চনৰ ১৫ আগষ্ট |
প্ৰথম পদাধিকাৰী | বলদেৱ সিং |
সহকাৰী | অজয় ভাট ৰাজ্যিক মন্ত্ৰী |
ৱেবচাইট | mod |
প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী আৰু নিম্ন পদবীৰ প্ৰতিৰক্ষা উপ-মন্ত্ৰীয়ে প্ৰায়ে তেওঁলোকক সহায় কৰে।
স্বতন্ত্ৰ ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী আছিল বলদেৱ সিং চোক্কাৰ, যিয়ে ১৯৪৭–৫২ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনাথ সিং হৈছে বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী।