অসমীয়া ৱিকিপিডিয়া
অসমীয়া ভাষাৰ ৱিকিপিডিয়া / From Wikipedia, the free encyclopedia
অসমীয়া ৱিকিপিডিয়া হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়।[2] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৩,৩৭৫টা প্ৰবন্ধ আছে। ২০১১ চনৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ খৰতকীয়া হয়।[3] সক্ৰিয় সম্পাদকৰ[4] সংখ্যা ২০১১ চনৰ প্ৰথম ভাগত ১০ জনৰ বিপৰীতে ২০১২ চনৰ ১৫ অক্টোবৰত ২২ জন আৰু ২০১৩ চনৰ মাৰ্চলৈকে পুনৰ কমি ১৫ জন হয়।
ক্ষিপ্ৰ তথ্য অসমীয়া ৱিকিপিডিয়া, ইউ আৰ এল ...
অসমীয়া ৱিকিপিডিয়া | |
---|---|
soft2i অসমীয়া ৱিকিপিডিয়াৰ লোগো | |
ইউ আৰ এল | as |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | অসমীয়া es-us |
পঞ্জীকৃত সদস্য | ৫০,৬২৫ (১৩ এপ্ৰিল ২০২০)[1] |
বিষয়বস্তু অনুজ্ঞাপত্ৰ | Creative Commons Attribution-ShareAlike 3.0 GFDL |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা | অসমীয়া ৱিকিপিডিয়া সমাজ |
মুকলি | ২ জুন ২০০২; ২১ বছৰ আগত (2002-06-02) |
বৰ্তমান স্থিতি | সক্ৰিয় |
বন্ধ কৰক