মংগোলিয়া
From Wikipedia, the free encyclopedia
মংগোলিয়া (ইংৰাজী: Mongolia;i/mɒŋˈɡoʊliə/; মঙ্গোলিয়: Монгол улс, আভিধানিক অৰ্থ: মংগোল দেশ/ৰাজ্য) পূব আৰু মধ্য এছিয়াৰ এখন দেশ। দেশখনৰ চাৰিওফাল ভূ-ভাগেৰে আৱৰা। ইয়াৰ ৰাজধানী উলান বাটোৰ। মংগোলিয়া হৈছে এখন বহুদলীয় সংসদীয় গণতান্ত্ৰিক দেশ।
ক্ষিপ্ৰ তথ্য মংগোলিয়াМонгол улсমংগোল-উল্চ, ৰাষ্ট্ৰভাষা (সমূহ) ...
মংগোলিয়া | ||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত "Монгол улсын төрийн дуулал" মংগোলিয়াৰ ৰাষ্ট্ৰীয় সংগীত |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | উলান বাটোৰ 47°55′N 106°53′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | মংগোলীয় |
|||||
আধিকাৰিক লিপি | মংগোলীয় চিৰিলিক মংগোলীয় লিপি[1] |
|||||
জনগোষ্ঠীসমূহ (২০১০) | ৯৫.৩৫% মংগোলীয়, ৩.৮৬% কাজাক ০.৮% অন্যান্য[2] |
|||||
জাতীয়তাসূচক বিশেষণ | মংগোল, মংগোলিয়ান[3] | |||||
চৰকাৰ | বহুদলীয় সংসদীয় গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | Tsakhiagiin Elbegdorj | ||||
- | প্ৰধান মন্ত্ৰী | Sükhbaataryn Batbold | ||||
সংগঠন | ||||||
- | Xiongnu সংঘৰ প্ৰতিষ্ঠা | ২০৯ খ্ৰীষ্টপূৰ্ব | ||||
- | মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা | ১২০৬ | ||||
- | স্বাধীনতা ঘোষণা (চীনৰ কিং বংশৰ পৰা) | ২৯ ডিচেম্বৰ, ১৯১১ | ||||
মাটিকালি | ||||||
- | মুঠ | ১৫,৬৪,১১৫.৭৫ বৰ্গ কিমি (১৯তম) ৬,০৩,৯০৯ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৪৩'"`UNIQ--ref-০০০০০০০৩-QINU`"' | ||||
জনসংখ্যা | ||||||
- | ২০১০ লোকপিয়ল | ২৭,৫৪,৬৮৫'"`UNIQ--ref-০০০০০০০৪-QINU`"' | ||||
জিডিপি (পিপিপি) | ২০১১ আনুমানিক | |||||
- | মুঠ | ১২.২৩৭ বিলিয়ন $[4] | ||||
- | জনমুৰি | ৪,৩৮৪ $[4] | ||||
জিডিপি (নামমাত্ৰ) | ২০১১ আনুমানিক | |||||
- | মুঠ | ৮.৮৫৯ বিলিয়ন $[4] | ||||
- | জনমুৰি | ৩,১৭৪ $[4] | ||||
জিনি সহগ? (২০০৫) | ৩৩.০[5] (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০১১) | ০.৬৫৩[6] (মধ্যম) (১০০তম) | |||||
মুদ্ৰা | টুগৃক্ (টোগৃগ্) (MNT ) |
|||||
সময় অঞ্চল | (ইউটিচি+৭ ৰ পৰা +৯ লৈ[7][8][9]) | |||||
তাৰিখ বিন্যাস | yyyy.mm.dd (CE) | |||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ইণ্টাৰনেট টিএলডি | .mn | |||||
কলিং ক'ড | +976 |
বন্ধ কৰক