মোৰাৰজী দেশাই
ভাৰতৰ চতুৰ্থ প্ৰধান মন্ত্ৰী / From Wikipedia, the free encyclopedia
মোৰাৰজী দেশাই (ইংৰাজী: Morarji Desai, জন্ম:১৮৯৬ - মৃত্যু:১৯৯৫) ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁ ১৯৭৭চনৰ ২৪ মাৰ্চৰ দিনা প্ৰতিষ্ঠা হোৱা নতুন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে। মোৰাৰজী দেশায়ে তেওঁৰ ৰাজনৈতিক জীৱনত ৩০ বছৰৰো অধিক কাল বিৰোধীৰ জীৱন অতিবাহিত কৰিছিল, তথাপিও কেতিয়াও হাতশক আশ্ৰয় দিয়া নাছিল, গান্ধীবাদী আদৰ্শৰে সদায় নিষ্কলুষ জীৱন যাপন কৰি জনহিতকৰ কামত জীৱন উচ্ছৰ্গা কৰিছিল। ভাৰত চৰকাৰে ১৯৯১ চনত তেওঁক ভাৰতৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন[1] সন্মানেৰে সন্মানিত কৰে।[2]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
মোৰাৰজী দেশাই | |
---|---|
ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ২৪ মাৰ্চ, ১৯৭৭ – ২৮ জুলাই, ১৯৭৯ | |
ৰাষ্ট্ৰপতি | বাছাপ্পা দানাপ্পা জাত্তি (ভাৰপ্ৰাপ্ত) নীলম সঞ্জীৱ ৰেড্ডী |
পূৰ্বসূৰী | ইন্দিৰা গান্ধী |
উত্তৰসূৰী | চৰণ সিং |
Minister of Home Affairs | |
কাৰ্যকাল ১ জুলাই ১৯৭৮ – ২৮ জুলাই, ১৯৭৯ | |
পূৰ্বসূৰী | চৰণ সিং |
উত্তৰসূৰী | Yashwantrao Chavan |
ভাৰতৰ প্ৰধানমন্ত্ৰী (ভাৰপ্ৰাপ্ত) | |
কাৰ্যকাল ১৩ মাৰ্চ, ১৯৬৭ – ১৬ জুলাই, ১৯৬৯ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী |
পূৰ্বসূৰী | বল্লভভাই পেটেল |
উত্তৰসূৰী | চৰণ সিং জগজীৱন ৰাম |
Minister of Finance | |
কাৰ্যকাল 13 March 1967 – 16 July 1969 | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী |
পূৰ্বসূৰী | Sachindra Chaudhuri |
উত্তৰসূৰী | ইন্দিৰা গান্ধী |
কাৰ্যকাল 13 March 1958 – 29 August 1963 | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
পূৰ্বসূৰী | জৱাহৰলাল নেহৰু |
উত্তৰসূৰী | Tiruvellore Thattai Krishnamachari |
ব্যক্তিগত তথ্য | |
জন্ম | ২৯ ফেব্ৰুৱাৰী, ১৮৯৬ Bhadeli, British India |
মৃত্যু | ১০ এপ্ৰিল, ১৯৯৫ (৯৯ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | জনতা দল (1988–1995) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৯ৰ আগতে) Indian National Congress-Organisation (1969–1977) জনতা পাৰ্টী (১৯৭৭–১৯৮৮) |
শিক্ষানুষ্ঠান | Wilson College, Mumbai |
জীৱিকা | civil servant Activist |