ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অৰ্থনীতি
From Wikipedia, the free encyclopedia
ৱিকিপ্ৰকল্প অৰ্থনীতিৰ উদ্দেশ্য অসমীয়া ৱিকিপিডিয়াত অৰ্থনীতি বিষয়ক প্ৰবন্ধ উপলব্ধ কৰোৱা আৰু মান উন্নত কৰা। এই প্ৰকল্পত ৱিকিপ্ৰকল্প একাডেমিয়াৰ কাৰ্যপন্থা প্ৰয়োগ কৰা হৈছে, যাৰ বিষয়ে সেই প্ৰকল্পৰ পৃষ্ঠালৈ গৈ জানিব পৰা যায়।
এইখন এখন ৱিকিপ্ৰকল্প পৃষ্ঠা। ৱিকিপ্ৰকল্প বা ৱিকিপ্ৰজেক্ট হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰা -অৰ ওপৰত মনোনিৱেশ কৰে।
ৱিকিপ্ৰকল্প পৃষ্ঠাসমূহ প্ৰবন্ধ লিখাৰ স্থান নহয়, কিন্তু প্ৰবন্ধ লিখাৰ প্ৰবন্ধনত সহায় কৰা পৃষ্ঠা। এই পৃষ্ঠাসমুহে বিভিন্ন প্ৰকাৰে সম্পাদকসকলক সম্পৰ্কিত প্ৰবন্ধসমূহ লিখাত বা কাৰ্য্যসমূহ কৰাত সহায় কৰে। বৰ্তমান থকা ৱিকিপ্ৰকল্পসমূহৰ তালিকা চাবলৈ ৱিকিপ্ৰকল্প পৃষ্ঠালৈ যাওক। |
ক্ষিপ্ৰ তথ্য Categories, Project banner template ...
চাহিদা আৰু যোগান বক্ৰৰ প্ৰতিচ্ছেদত উৎপন্ন হোৱা উদ্বৃত্তৰ ছবি। | |
Categories | [[::ৱিকিপ্ৰকল্প অৰ্থনীতি|ৱিকিপ্ৰকল্প অৰ্থনীতি]], অৰ্থনীতি |
---|---|
Project banner template | {{ৱিকিপ্ৰকল্প অৰ্থনীতি}} |
বন্ধ কৰক