আহোম লিপি
বৰ্তমানে এক বিলুপ্ত লিপি / From Wikipedia, the free encyclopedia
টাই আহোম লিপি (ইংৰাজী: Tai Ahom Script) বা অসমাখৰ হ'ল এক প্ৰকাৰৰ লিপি যাক টাই আহোম ভাষাত ব্যাবহাৰ কৰা হয়।[2][3] এই লিপি আহোম জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। অসমৰ বুৰঞ্জী সমূহ এই লিপিত লিখা হৈছিল।[4]
ক্ষিপ্ৰ তথ্য আহোম লিপি 𑜒𑜑𑜪𑜨, ভাষা ...
আহোম লিপি 𑜒𑜑𑜪𑜨 | |
---|---|
ভাষা | আহোম ভাষা, অসমীয়া ভাষা [1] |
সময় | 13th century– 19th century |
মাতৃ লিপি |
Proto-Sinaitic alphabet
|
ইউনিক'ড ৰে'ঞ্জ | U+11700– U+1173F |
বন্ধ কৰক