ইছমাইল
From Wikipedia, the free encyclopedia
ইছমাইল (আৰৱী: إسماعيل) কোৰআন আৰু বাইবেলত উল্লিখিত এক ঐতিহাসিক ব্যক্তি। মুছলিমসকলে বিশ্বাস কৰে যে, তেওঁ এজন নবী, আৰু তেওঁৰ সম্মানাৰ্থে তেওঁৰ নামোচ্চাৰণৰ সৈতে 'আলাইহিছ ছালাম' (সংক্ষেপে আঃ) বা 'শান্তি বৰ্ষিত হওক' উচ্চাৰণ কৰা হয়। তেওঁ ইব্ৰাহিমৰ সৰ্ৱপ্ৰথম সন্তান আৰু ইব্ৰাহিমৰ স্ত্ৰী হাজেৰাৰ গৰ্ভত তেওঁৰ জন্ম। বাইবেলৰ বৰ্ণনামতে তেওঁ ১৩৭ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল।[1]
ক্ষিপ্ৰ তথ্য ইছমাইল, নবী, কুলপতি, আৰৱ পিতা, কাবাৰ স্থপতি, আৰৱ দূত ...
ইছমাইল | |
---|---|
নবী, কুলপতি, আৰৱ পিতা, কাবাৰ স্থপতি, আৰৱ দূত | |
জন্ম | কানান |
মৃত্যু | আৰৱ উপদ্বীপ |
Venerated in | ইহুদি ধৰ্ম খ্ৰীষ্টান ধৰ্ম ইছলাম |
প্ৰভাৱিত | ইব্ৰাহিম |
বন্ধ কৰক