ফ'বছ (উপগ্ৰহ)
From Wikipedia, the free encyclopedia
ফ'বছ (ইংৰাজী: Phobos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ।[4] মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ (৭ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়।[1] ফ’বছ মঙ্গলৰ পৰা ৬,০০০ কিলোমিটাৰ (৩,৭০০ মিটাৰ) দূৰত্বত অৱস্থিত। গ্ৰীক দেৱতা ফ'বছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। গ্ৰীক উপাখ্যানৰ মতে ফ’বছ ডিমছৰ যমজ ভাতৃ আৰু ইয়াৰ অৰ্থ ‘ভয়’।[5]
ক্ষিপ্ৰ তথ্য আৱিষ্কাৰ, আৱিষ্কাৰক ...
ফ'বছৰ ৰঙীণ চিত্ৰ (MRO) | |
আৱিষ্কাৰ | |
---|---|
আৱিষ্কাৰক | এছাফ হল |
আৱিষ্কাৰৰ তাৰিখ | ১৮ আগষ্ট, ১৮৭৭ |
বিৱৰণ | |
বিকল্প নামসমূহ | মঙ্গল ১ |
বিশেষণ | ফ'বিয়ান, ফ'বছিয়ান |
কক্ষপথৰ বৈশিষ্ট্য | |
যুগ J2000 | |
অনুapsis | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[1] |
অপapsis | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[1] |
অৰ্ধ-মুখ্য অক্ষ | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[1] (২.৭৬ মঙ্গল ব্যাসাৰ্ধ) |
উৎকেন্দ্ৰতা | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[1] |
কক্ষীয় পৰ্যায়কাল | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). (৭ ঘণ্টা ৩৯.২ মিনিট) |
গড় কক্ষীয় দ্ৰুতি | ২.১৩৮ কিলোমিটাৰ প্ৰতি ছেকেণ্ড[1] |
নতি | ১.০৯৩° (মঙ্গলৰ বিষুৱ ৰেখালৈ) ০.০৪৬° (স্থানীয় লাপ্লাচ সমতললৈ) 26.04° (ecliptic লৈ) |
যাৰ উপগ্ৰহ | মঙ্গল গ্ৰহ |
ভৌতিক বৈশিষ্ট্যসমূহ | |
মাত্ৰাসমূহ | ২৭ × ২২ × ১৮ কিলোমিটাৰ[1] |
গড় ব্যাসাৰ্ধ | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). (১.৭৬৯৪১ mEarths) |
পৃষ্ঠৰ ক্ষেত্ৰফল | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[1] (৩.০৩৫৪৫ μEarths) |
আয়তন | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). (৫.৩৩৯৩৩ nEarths) |
ভৰ | 7016106590000000000♠1.0659×1016 kg[1] (১.৭৮৪৭৭ nEarths) |
গড় ঘনত্ব | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[1] |
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value).[1] (৫৮১.৪ µ g) |
পলায়ন বেগ | ১১.৩৯ মিটাৰ প্ৰতি ছেকেণ্ড (৪১ কিলোমিটাৰ প্ৰতি ছেকেণ্ড)[1] |
ঘূৰ্ণনকাল | সকালীকৃত |
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | 11.0 km/h (6.8 mph) (আটাইতকৈ দীঘল অক্ষত) |
অক্ষীয় ঢাল | ০° |
প্ৰতিফলন অনুপাত | ০.০৭১±০.০১২[2] |
তাপমাত্ৰা | ≈ ২৩৩ K |
আপাত মান | ১১.৮[3] |
বন্ধ কৰক