ফিফা
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো আন্তৰ্জাতিক ফুটবল সস্থাটোৰ বিষয়ে। ভিডিঅ' গে'মৰ বাবে ফিফা (ভিডিঅ' গে'ম চিৰিজ) চাওক।
Fédération Internationale de Football Association বা আন্তৰ্জাতিক ফুটবল সংস্থা (ফিফা, /ˈfiːfə/; ইংৰাজী: International Federation of Association Football) ফুটবল, ফুটছাল আৰু বীচ্চ ছকাৰৰ আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী সংস্থা। ২০৯টা ৰাষ্ট্ৰীয় সন্থা ইয়াৰ সদস্য। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জুৰিখত অৱস্থিত। বৰ্তমান ফিফাৰ সভাপতি ছেপ্ ব্লাটাৰ। ফিফাই ফুটবলৰ মূল প্ৰতিযোগিতা বিশ্বকাপ অনুষ্ঠিত কৰে।
ক্ষিপ্ৰ তথ্য Fédération Internationale de Football Association, চমু নাম ...
Fédération Internationale de Football Association | |
---|---|
জোঁট অনুযায়ী ফিফাৰ সদস্য দেশসমূহৰ মানচিত্ৰ | |
চমু নাম | FIFA |
নীতিবাক্য | For the Game. For the World. (খেলৰ বাবে, বিশ্বৰ বাবে) |
প্ৰতিষ্ঠা | ২১ মে', ১৯০৪ |
ধৰণ | ৰাষ্ট্ৰীয় সংস্থাসমূহৰ ফেডাৰেচন |
প্ৰধান কাৰ্যালয় | জুৰিখ, চুইজাৰলেণ্ড |
স্থানাংক | 47°22′53″N 8°34′28″E |
সেৱা ক্ষেত্ৰ | বিশ্বজুৰি |
সদস্যপদ | ২০৯টা ৰাষ্ট্ৰীয় সন্থা |
আনুষ্ঠানিক ভাষা | ইংৰাজী, ফৰাচী, জাৰ্মান, স্পেনীচ[1] |
সভাপতি | ছেপ্ ব্লাটাৰ |
উপ-সভাপতি | জিম বয়্চ, প্ৰিন্স আলি বিন আল-হুছেইন |
ভুক্তি | আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থা |
ৱেবছাইট | www |
বন্ধ কৰক