বিক্ৰম সাৰাভাই
এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক / From Wikipedia, the free encyclopedia
বিক্ৰম অম্বালাল সাৰাভাই (ইংৰাজী: Vikram Ambalal Sarabhai; ১২ আগষ্ট ১৯১৯ – ৩০ ডিচেম্বৰ ১৯৭১)[8] এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল।[9] স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্মভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰে।[10]
ক্ষিপ্ৰ তথ্য বিক্ৰম সাৰাভাই, জন্ম ...
বিক্ৰম সাৰাভাই | |
---|---|
জন্ম | ১২ আগষ্ট, ১৯১৯[1][2] আহমেদাবাদ, বোম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৩০ ডিচেম্বৰ, ১৯৭১ (৫২ বছৰ) হালচিয়ন কেছেল, কভালম, তিৰুঅনন্তপুৰম, কেৰালা, ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ভৌতিক গৱেষণাগাৰ (PRL) |
শিক্ষানুষ্ঠান | গুজৰাট কলেজ, কেম্ব্ৰিজ বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | ছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণ |
জনা যায় | ভাৰতীয় মহাকাশ আঁচনি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ |
উল্লেখনীয় বঁটা | শান্তি স্বৰূপ ভটনাগৰ বঁটা (১৯৬২) পদ্মভূষণ(১৯৬৬) পদ্মবিভূষণ (মৰণোত্তৰভাৱে) (১৯৭২) |
দাম্পত্যসঙ্গী | মৃণালিনী সাৰাভাই (শাস্ত্ৰীয় নৃত্য পতিয়সী) |
সতি-সন্ততি | মল্লিকা সাৰাভাই[3][4][5][6]কাৰ্তিকেয় সাৰাভাই[7] |
বন্ধ কৰক