বৰকলীয়া নস্কৰা
অসমৰ এখন গাঁও / From Wikipedia, the free encyclopedia
বৰকলীয়া নস্কৰা (ইংৰাজী: Borokalia Nashkara) গাওঁখন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাওঁ। এই গাওঁ খনৰ লগত আৰু বহু কেইটা সৰু-সুৰা গাওঁ জড়িত হৈ আছে। প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ইয়াৰে নস্কৰা গাওঁ পঞ্চায়তও সামৰি লয়।[1] নস্কৰা গাঁৱৰ পৰা ৰাজ্যখনৰ ৰাজধানী দিছপুৰৰ দূৰত্ব প্ৰায় ১৭৭ কিলোমিটাৰ।[2] নস্কৰাৰ পৰা বেলেগ ওচৰৰ ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌ আৰু ইয়াৰ দূৰত্ব ২৪৫.৫ কিলোমিটাৰ। অন্যান্য সমৃদ্ধ ৰাষ্ট্ৰৰ ৰাজধানীবোৰ হ'ল শ্বিলং ১৮৪.৬ কিলোমিটাৰ, গেংটক ২১৩.৭ কিলোমিটাৰ, আগৰতলা ২৬১.৯ কিলোমিটাৰ। [3]
ক্ষিপ্ৰ তথ্য বৰকলীয়া নস্কৰা, দেশ ...
বৰকলীয়া নস্কৰা | |
---|---|
— গাঁও — | |
অন্য নাম: নস্কৰা | |
ভৌগোলিক স্থানাংক: 25.933184°N 90.0567403°E / 25.933184; 90.0567403 | |
দেশ | ভাৰত |
আসন | দক্ষিণ শালমাৰা |
জনসংখ্যা (২০১১) | |
- মুঠ | ৮,২৭৩ জন |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-AS-DB |
বন্ধ কৰক