মালয়েছিয়া
From Wikipedia, the free encyclopedia
মালয়েছিয়া (মালয়: Malaysia) তেৰখন ৰাজ্য আৰু তিনখন ঐক্যবদ্ধ প্ৰদেশলৈ গঠিত দক্ষিণ -পূব এছিয়াৰ এখন দেশ। [1] ইয়াৰ মুঠ আয়তন ৩,২৯,৮৪৫ বৰ্গকিঃমিঃ।[2] কুৱালালামপুৰ দেশখনৰ ৰাজধানী চহৰ আৰু পুত্ৰজয় হ’ল ফেডাৰেল চৰকাৰৰ ৰাজধানী। দক্ষিণ চীন সাগৰৰ দ্বাৰা দেশখন দুই ভাগত বিভক্ত, উপদ্বীপীয়া মালয়েছিয়া আৰু পূব মালয়েছিয়া। মালয়েছিয়া স্থল সীমান্তত আছে থাইলেণ্ড, ইণ্ডোনেছিয়া, আৰু ব্ৰুণেই। ইয়াৰ সমুদ্ৰ সীমান্তত আছে ছিংগাপুৰ, ভিয়েটনাম আৰু ফিলিপাইন। [2] মালয়েছিয়া মুঠ জনসংখ্যা ২৮ মিলিয়নৰ অধিক।[3]
ক্ষিপ্ৰ তথ্য মালয়েছিয়াMalaysia, বৃহত্তম নগৰ ...
মালয়েছিয়া Malaysia
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "বেৰ্চেকুটু বেৰ্টাম্বাহ মুটু" "একতাই বল"1 |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত নেগাৰাকু |
||||||
ৰাজধানী | কুৱালালামপুৰ 2 3°8′N 101°42′E | |||||
বৃহত্তম নগৰ | কুৱালালামপুৰ | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | মালয় | |||||
চৰকাৰ | সংযুক্ত সাংবিধানিক ৰাজতন্ত্ৰ | |||||
- | Yang di-Pertuan Agong | আব্দুল হালিম | ||||
- | মালয়েছিয়া প্ৰধানমন্ত্ৰী | নাজীৱ ৰজাক | ||||
স্বাধীনতা | ||||||
- | যুক্তৰাজ্যৰ পৰা (কেৱল সংযুক্ত মালয়) | ৩১ আগষ্ট ১৯৫৭ |
||||
- | ফেডাৰেচন (সাবাহ্, সাৰাওয়াক আৰু ছিংগাপুৰৰ লগত সংযুক্ত 3) | ১৬ ছেপ্টেম্বৰ ১৯৬৩ |
||||
- | জলভাগ (%) | ০.৩ | ||||
জনসংখ্যা | ||||||
- | মাৰ্চ ২০০৭ আনুমানিক | ২,৭১,৪০,০০০ (৪৫তম) | ||||
- | ২০০০ লোকপিয়ল | ২,৪৮,২১,২৮৬ | ||||
- | ঘনত্ব | ৮২ প্ৰতি বৰ্গকিমি (১০৯তম) ২১১ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০০৬ আনুমানিক | |||||
- | মুঠ | $৩০৮.৮ বিলিয়ন (৩৩) | ||||
- | জনমুৰি | $১২,৭০০ (৫৯) | ||||
মানৱ উন্নয়ন সূচক (২০০৬) | ০.৮০৫ (উচ্চ) (৬১তম) | |||||
মুদ্ৰা | ৰিংগিট (RM) (MYR ) |
|||||
সময় অঞ্চল | মালয়েছিয়ান মান সময় (ইউটিচি+৮) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | পৰ্যবেক্ষণ কৰা হোৱা নাই (ইউটিচি+৮) | ||||
ইণ্টাৰনেট টিএলডি | .my | |||||
কলিং ক'ড | ++৬০ | |||||
1 | মালয়েছৰিয়া পতাকা আৰু প্ৰতীক চৰকাৰী ৱেবছাইটৰ পৰা | |||||
2 | পুত্ৰজয় প্ৰশাসনিক ৰাজধানী | |||||
3 | ১৯৬৫ চনৰ ৯ আগষ্ট তাৰিখে ছিংগাপুৰ স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে। |
বন্ধ কৰক