শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়
অসমৰ শিক্ষা প্ৰতিষ্ঠান / From Wikipedia, the free encyclopedia
শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় (চমুকৈ শালকাটা জঃপঃউঃমাঃ বিদ্যালয়)খন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা গাঁৱত অৱস্থিত। এই বিদ্যালয়খন ১৯৭৯ চনত আজগৰ আলী চাহাবৰ নেতৃত্বত স্থাপণ কৰা হৈছিল।[2]
ক্ষিপ্ৰ তথ্য অৱস্থান, প্ৰাথমিক তথ্যসমূহ ...
শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় | |
বিদ্যালয়ৰ কাৰ্য্যালয় | |
অৱস্থান | |
---|---|
শালকাটা, ধুবুৰী, অসম[1], ৭৮৩৩৩০, ভাৰত | |
প্ৰাথমিক তথ্যসমূহ | |
প্ৰকাৰ | উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় |
প্ৰতিষ্ঠাকাল | ১৯৭৯ |
শ্ৰেণী | অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী |
বৰ্তমান অধ্যক্ষ | অনিল চন্দ্ৰ সাহা |
প্ৰথম অধ্যক্ষ | হতেম আলী সেখ |
দ্বিতীয় অধ্যক্ষ | আব্দুৰ ৰেজ্জাক মোল্ল্যা |
তৃতীয় অধ্যক্ষ | নূৰ ইছলাম |
লিঙ্গ | পুৰুষ-মহিলা |
ছাত্ৰৰ সংখ্যা | আনুমানিক ৩৫০ |
মাধ্যম | অসমীয়া |
কেম্পাছ | গাওঁ অঞ্চল |
Houses | অধ্যক্ষ কোঠা, শ্ৰেণীকোঠা, |
বন্ধ কৰক