কোকৰাঝাৰ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো কোকৰাঝাৰ জিলাখনৰ বিষয়ে। জিলাখনৰ সদৰ ঠাইৰ বাবে কোকৰাঝাৰ চাওক।
কোকৰাঝাৰ জিলা (বড়ো: कोकराझार जिला) ভাৰতৰ অংগৰাজ্য অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন। ই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ই এক প্ৰৱেশদ্বাৰ স্বৰূপ। ২০০৩ চনত গঠিত বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ মূল কাৰ্য্যালয় কোকৰাঝাৰ জিলাতে অৱস্থিত।
ক্ষিপ্ৰ তথ্য কোকৰাঝাৰ জিলা, দেশ ...
কোকৰাঝাৰ জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত কোকৰাঝাৰৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ, অসম |
স্থাপিত | ১ জুলাই ১৯৮৩ (1983-07-01) |
সদৰ | কোকৰাঝাৰ |
মহকুমা | কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতঝোৰা |
চৰকাৰ | |
- লোকসভা সমষ্টি | কোকৰাঝাৰ |
- বিধানসভা সমষ্টি | গোঁসাইগাঁও (২৮), কোকৰাঝাৰ পশ্চিম (২৯), কোকৰাঝাৰ পূৱ (৩০) |
মাটিকালি | |
- মুঠ | ৩,১৬৯.২২ কি.মি.২ (১,২২৩.৬ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৮,৮৬,৯৯৯ জন |
- জনঘনত্ব | ২৭৯.৯ প্ৰতি বৰ্গ কি.মি. (৭২৪.৯ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৬.৬৩% |
- লিংগ অনুপাত | ৯৫৮ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°24′00″N 90°16′12″E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক