কামচৰাই
From Wikipedia, the free encyclopedia
কামচৰাই (ইংৰাজী: Purple Swamphen, বৈজ্ঞানিক নাম-Porphyrio porphyrio) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভু্ক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই কুকুৰাৰ সমান আকাৰৰ আৰু গাৰ উজ্জল বৰণ তথা ৰঙা ঠোঁটৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পৰা যায়৷
ক্ষিপ্ৰ তথ্য কামচৰাই (Purple Swamphen), সংৰক্ষণ স্থিতি ...
কামচৰাই (Purple Swamphen) | |
---|---|
P. p. poliocephalus; Nakhon Sawan, Thailand | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Gruiformes |
পৰিয়াল: | Rallidae |
গণ: | Porphyrio |
প্ৰজাতি: | P. porphyrio |
বৈজ্ঞানিক নাম | |
Porphyrio porphyrio (Linnaeus, 1758) | |
Subspecies groups: | |
|
বন্ধ কৰক