হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া
শিক্ষা প্ৰতিষ্ঠান / From Wikipedia, the free encyclopedia
হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া (ইংৰাজী: Hamidabad College, Satsia) খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত প্ৰতিষ্ঠিত হৈছিল। অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ জামাদাৰহাট নামৰ ঠাইখনত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন পোৰাভিটা বজাৰৰ পৰা আধা কিলোমিটাৰ দূৰৈত সাতশিয়া গাঁৱত অৱস্থিত। ফকিৰগঞ্জ থানাৰ পৰা প্ৰায় ১০ কিলোমিটা দূৰৈত (উত্তৰ-পশ্চিম মেৰুত) অৱস্থিত, টিক্ৰিকিল্লা বজাৰ (মেঘালয়)ৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত, লক্ষিপুৰ নগৰৰ পৰা পশ্চিম-উত্তৰ মেৰুত প্ৰায় ২৫ কিলোমিটাৰ দূৰত। হামিদাবাদ মহাবিদ্যালয়ৰ মুঠ আসনৰ সংখ্যা ৯০০ খন। মহাবিদ্যালয়খনত আৰ্টচ ষ্ট্ৰিম (কলা শাখা) কোৰ্চবোৰ পঢ়ুৱা হয়। লগতে এটা মেজৰ বিষয়ো বাছি ল’ব পাৰে। আৰ্টচৰ বাহিৰে এই মহাবিদ্যালয়খনত বিজ্ঞান তথা বাণিজ্য শাখাৰ বিষয়সমূহ লোৱাৰ সুবিধা নাই। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীন।[2]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া | |
---|---|
স্থাপিত | ১৯৭৯ |
ধৰণ | চৰকাৰী |
আচাৰ্য | মৰহুম মৌলনা পীৰ আব্দুল হামিদ খাঁন ভাষানী |
অধ্যক্ষ | শাহাদত আলী (এম. এ.) |
স্থান | ধুবুৰী, অসম, ভাৰত |
উপনাম | সাতশিয়া কলেজ |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী |
ৱেবছাইট | https://www.hamidabadcollege.in/[1] |