চুক্লিংফা
From Wikipedia, the free encyclopedia
চুক্লিংফা বা চ্যু-ক্লিং-ফা (১৭৯৫–১৮১১), বা কমলেশ্বৰ সিংহ আহোম ৰাজ্যৰ এজন স্বৰ্গদেউ। তেওঁৰ শাসনকালতেই মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল। কামৰূপৰ দন্দুৱাদ্ৰোহো এইগৰাকী ৰজাৰ দিনতেই দমন কৰা হয়। চুক্লিংফা বৰ কম বয়সৰ হোৱাৰ বাবে শাসনকাৰ্যৰ গুৰিবঠা প্ৰকৃততে মন্ত্ৰীপ্ৰধান পূৰ্ণানন্দ বুঢ়াগোহাঁয়েহে ধৰিছিল।
ক্ষিপ্ৰ তথ্য চাওফা চুক্লিংফা, ৰাজত্ব ...
চাওফা চুক্লিংফা | |
---|---|
চাওফা | |
ৰাজত্ব | ১৭৯৫-১৮১১ |
অভিষেক | ১৭৯৫ |
উত্তৰসূৰী | চুদিংফা |
সম্পূৰ্ণ নাম | |
চাওফা চুক্লিংফা | |
ধৰ্ম | হিন্দু ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক