চ্যু-ক্লেণ-মু'ঙ
From Wikipedia, the free encyclopedia
চাওফা চ্যু-ক্লেণ-মুং ১৫৩৯ চনৰ পৰা ১৫৫২ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। গড়গাঁৱত ৰাজধানী স্থাপন কৰা বাবে বুৰঞ্জীত তেওঁক গড়গঞা ৰজা বুলিও কোৱা হৈছে। তেওঁৰ ৰাজত্বকালতে মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জোঁৱায়েক হৰিক আটক কৰা হৈছিল আৰু হৰিক মৃত্যুদণ্ড বিহা হৈছিল।[1] এই কাৰণতে শংকৰদেৱে আহোম ৰাজ্য এৰি কোচ ৰাজ্যত আশ্ৰয় লয়।
ক্ষিপ্ৰ তথ্য চাওফা চ্যু-ক্লেণ-মুং, সম্পূৰ্ণ নাম ...
চাওফা চ্যু-ক্লেণ-মুং | |
---|---|
চাওফা | |
১৫৩৯ চনৰ পৰা ১৫৫২ চনলৈ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-ক্লেণ-মুং | |
বাসগৃহ | ছ্যু ফৈদ, আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক
মোহৰ সজোৱা তেৱেঁই প্ৰথম আহোম ৰজা আছিল। মোহৰবোৰ আঠকোণীয়া আছিল আৰু আহোম লিপিৰে তাত লিখা হৈছিল।[2]